Friday, February 13, 2026
Google search engine
গৃহস্থানীয়সুখচৰৰ গোটাবাৰীত পানীত পৰি শিশুৰ সলিল সমাধি

সুখচৰৰ গোটাবাৰীত পানীত পৰি শিশুৰ সলিল সমাধি

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনস্থ গোটাবাৰী-খোপাতীয়া গাওঁ পঞ্চায়তৰ কদমতলীত আজি পুৱাৰ ভাগত এটি ৩ বছৰীয়া শিশু খালত পৰি সলিল সমাধি হোৱা ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ ছা পৰিছে।

প্ৰাপ্ত বাতৰি মতে, গাওঁখনৰ মজিবৰ ৰহমানৰ পুত্ৰ ছাইদুল ইছলাম (৩) আজি পুৱা প্ৰায় ৭.৩০ বজাত ঘৰখনৰ কাষতে খাল এখন নিখোজ হৈ পৰে। লগে লগে ৰাইজে শিশুটিক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰি শিশুটিক উদ্ধাৰ কৰে যদিও ইতিমধ্যে শিশুটি মৃত্যু মুখত পৰে। এই ঘটনাই পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছা পৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments