Saturday, October 19, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ ঝাউডাঙাত পথ দূৰ্ঘটনা । নিহত এজন

মানকাচৰৰ ঝাউডাঙাত পথ দূৰ্ঘটনা । নিহত এজন

মানকাচৰৰ ঝাউডাঙা কদমতলীত কালি মটৰ চাইকেলৰ খুন্দাত এগৰাকী ৬০ বছৰীয়া লোক নিহত হৈছে। লোকজন ৰাস্তাৰে গৈ থকা অৱস্থাত দ্ৰুতবেগী মটৰ চাইকেল এখন খুন্দা মাৰি পলায়ন কৰে। লোকজনৰ নাম আব্দুৰ ৰেজ্জাক বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ পাচত আজি পৰিয়ালৰ হাতত চমজাই দিয়ে। জিলাখনত একাংশ মটৰ চাইকেল চালক, মহিন্দ্ৰা পিক আপ ভেন , টেম্পো আৰু ট্ৰেক্টৰ চালক পৰিবহন বিভাগৰ কোনো নীতি নিৰ্দেশনা নমনাকৈ চলাচল কৰাত জিলাখনত সংঘনে এনে দূৰ্ঘটনা সংঘটিত হয়। জিলা পৰিবহন বিভাগ এনে চালকক নাকি লগোৱাৰ ক্ষেত্ৰত কোনো বিশেষ পদক্ষেপ গ্ৰহন কৰা নাই বুলি সচেতন মহলে দাবী কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments