মানকাচৰ-বাংলাদেশ সীমান্তত ৬ টা চোৰাং গৰু জব্দ

0
63

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দিয়াৰাত আজি পুৱতি নিশা বিএছএফে ৬ টা চোৰাং গৰু জব্দ কৰিছে। চোৰাং সৰবৰাহকাৰীয়ে গৰু কেইটা বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ আনিছিল। কিন্তু টহলধাৰী ৪৫ নং বেটেলিয়ান বিএছএফে গৰু কেইটা সীমান্তৰ পৰা জব্দ কৰিছে। জব্দ কৰা গৰু কেইটা মানকাচৰ থানাত জমা কৰাত আৰক্ষীয়ে গোশালাত জমা কৰিছে বুলি জানিব পৰা গৈছে।