মানকাচৰ-বাংলাদেশ সীমান্তত ভাং জব্দ

0
86

মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী সদৰটিলাত আজি পুৱতি নিশা ৪৫ নং বেটেলিয়ান বিএছএফে ১ কেজি ওজনৰ ভাং জব্দ কৰিছে। জব্দ কৰা ভাং খিনি চোৰাং সৰবৰাহকাৰীয়ে কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ সৰবৰাহ কৰি থকা অৱস্থাত টহলধাৰী বিএছএফ জোৱানে জব্দ কৰে বুলি জানিব পৰা গৈছে।