ফকিৰগঞ্জত বিশ্বশান্তিৰ বাবে নদীৰ পাৰত ইফতাৰ আৰু দোৱা

0
106

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বিশ্ব শান্তিৰ বাবে আজি আছুৰ জিলা সভাপতি শ্বৰিফুল ইছলামৰ উপস্থিত ইফতাৰৰ আয়োজন কৰা হয়। ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ কাম চলি থকা স্থানত ইফতাৰৰ আয়োজন কৰি বিশ্ব শান্তিৰ বাবে দোৱা-প্ৰাৰ্থনা কৰাৰ লগতে ফকিৰগঞ্জত যাতে আৰু খহনীয়া নহয় তাৰ বাবে দোৱা-প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়।