Thursday, July 25, 2024
Google search engine
গৃহক্ৰীড়ামানকাচৰৰ ঝাউডাঙাত খান ক্ৰিকেট টুৰ্ণামেণ্টৰ শুভ উদ্বোধন

মানকাচৰৰ ঝাউডাঙাত খান ক্ৰিকেট টুৰ্ণামেণ্টৰ শুভ উদ্বোধন

মানকাচৰৰ ঝাউডাঙাত আজি খান ক্ৰিকেট টুৰ্ণামেণ্টৰ শুভাৰাম্ভ কৰা হৈছে। জিলাখনৰ মুঠ ৩২ খন দলৰ মাজত এই টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰা হব। টুৰ্ণামেণ্টৰ শুভাৰাম্ভ অনুষ্ঠানত অসম সংখ্যালঘু বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ তথা মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম আৰু মানকাচৰ ৰাজহ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্ত উপস্থিত আছিল। আজি দিয়াৰা আৰু জোৰডাঙা ক্ৰিকেট দলৰ মাজত শুদ্বোধনী মেচ অনুষ্ঠিত কৰা হয়। উদ্বোধনী খেলত দিয়াৰা দল জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments